%16$s হ'ল %17$s-এ (ইয়াৰ পিছত "Huawei", "আমি", "আমাক" বা "আমাৰ" ৰূপে উল্লেখিত) প্ৰদান কৰা এটা সেৱা। Huawei-এ আপোনাৰ ব্যক্তিগত তথ্য আৰু গোপনীয়তা গুৰুত্ব সহকাৰে গ্ৰহণ কৰে আৰু প্ৰাসঙ্গিক আইন আৰু স্থাপিত উদ্যোগৰ নিৰাপত্তা মান্যতাসমূহ অনুসৰি আপোনাৰ ব্যক্তিগত তথ্য সুৰক্ষিত কৰিবলৈ উপযুক্ত নিৰাপত্তা ব্যৱস্থাসমূহ ল'বলৈ সংকল্পবদ্ধ।

এই বিবৃতিখনে এইবোৰ বৰ্ণনা কৰে:

1 আমি আপোনাৰ বিষয়ে কি ডাটা সংগ্ৰহ কৰো?

2 আমি আপোনাৰ ডাটা কেনেকৈ ব্যৱহাৰ কৰো?

3 আমি আপোনাৰ ডাটা কিমান সময় সঞ্চয় কৰো?

4 আমি আপোনাৰ ডাটা কেনেকৈ ভাগ-বতৰা কৰো?

5 আপোনাৰ অধিকাৰসমূহ আৰু বিকল্পসমূহ কি?

6 আমাৰ সৈতে কেনেকৈ যোগাযোগ কৰা হয়?

7 আমি এই বিবৃতিখন কেনেকৈ আপডেট কৰো?

1 আমি আপোনাৰ বিষয়ে কি ডাটা সংগ্ৰহ কৰো?

অনুকূলকৰ অংশ হিচাপে, আমি এই বিবৃতিত বৰ্ণনা কৰা নিম্নোক্ত উদ্দেশ্যসমূহৰ বাবে কেৱল আপোনাৰ ব্যক্তিগত তথ্য সংগ্ৰহ আৰু ব্যৱহাৰ কৰিম: ব্যক্তিগত ডাটাই Huawei-ক আপুনি এজন ব্যৱহাৰকাৰী হিচাপে চিনাক্ত কৰিবলৈ সক্ষম কৰা যিকোনো তথ্যক সূচায়।

আমি নিম্নোক্ত ডাটা সংগ্ৰহ আৰু প্ৰক্ৰিয়া কৰিম:

আপোনাক সেৱাসমূহ প্ৰদান কৰিবলৈ, অনুকূলকক ফোনটোত ইনষ্টল হৈ থকা এপ্প্‌সমূহৰ সূচী পঢ়িবলৈ আৰু তাৰ দ্বাৰা ভাইৰাছ স্কেন কৰিবলৈ ইণ্টাৰনেটত প্ৰৱেশ কৰাৰ আৰু এপ্প্‌ৰ সূচী অনুমতিৰ আৱশ্যক।

আপুনি ছিষ্টেমৰ ছেটিংচৰ পৰা আপোনাৰ ছিষ্টেমৰ অনুমতিসমূহ পৰিচালনা কৰিব পাৰে।

2 আমি আপোনাৰ ডাটা কেনেকৈ ব্যৱহাৰ কৰো?

আপোনাক অনুকূলক সেৱাসমূহ প্ৰদান কৰিবলৈ আৰু চুক্তিসন্মত বাধ্য-বাধকতাসমূহ পৰিপূৰ্ণ কৰিবলৈ, Huawei-এ ভাইৰাছ স্কেনৰ উদ্দেশ্যসমূহৰ বাবে আপোনাৰ ব্যক্তিগত ডাটা প্ৰক্ৰিয়া আৰু ব্যৱহাৰ কৰিব:

ডাটা নিম্নোক্তখিনি অনুসৰি ব্যৱহৃত হয়:

আপুনি তলত দফা 5-ত বৰ্ণনা কৰা এনেধৰণৰ প্ৰক্ৰিয়াকৰণৰ আপত্তি কৰিব পাৰে।

3 আমি আপোনাৰ ডাটা কিমান সময় সঞ্চয় কৰো?

আমি আপোনাৰ ব্যক্তিগত ডাটা এই বিবৃতিখনত নিৰ্ধাৰিত উদ্দেশ্যসমূহৰ বাবে প্ৰয়োজন হোৱাৰ বাহিৰে আৰু নাৰাখিম।

অনুকূলকৰ ক্ষেত্ৰত আপোনাৰ ব্যক্তিগত ডাটা ৰখাৰ নিৰ্দিষ্ট সময় তলত ছেট কৰা হৈছে:

ৰখাৰ সময়সীমাৰ ম্যাদ উকলাৰ পাছত, আমি আপোনাৰ ব্যক্তিগত ডাটা আইন আৰু প্ৰবিধানৰ দ্বাৰা আৱশ্যক নহ'লে সময়মতে মোহাৰিম বা অনামী কৰিম।

%56$s

%57$s

%58$s

%62$s

%63$s

5 আপোনাৰ অধিকাৰসমূহ আৰু বিকল্পসমূহ কি?

আপোনাৰ তথ্যত প্ৰৱেশ কৰাৰ আৰু ইয়াক বিলোপ কৰা আৰু তথ্য ব্যৱহাৰ কৰিবলৈ আপোনাৰ সন্মতি প্ৰত্যাহাৰ কৰাৰ আপোনাৰ অধিকাৰ আছে। আপোনাৰ ডাটা বিষয়ক অধিকাৰসমূহৰ বিষয়ে কিবা প্ৰশ্ন, মন্তব্য বা পৰামৰ্শ থাকিলে, অনুগ্ৰহ কৰি এই বিবৃতিৰ দফা 6-ত প্ৰদান কৰা যোগাযোগ তথ্য ব্যৱহাৰ কৰি আমাৰ সৈতে যোগাযোগ কৰক আৰু আপোনাৰ অধিকাৰসমূহ প্ৰয়োগ কৰক। আপুনি লগতে Huawei উপভোক্তা ব্যৱসায়ৰ গোপনীয়তা বিবৃতি চাই অধিক জানিব পাৰে।

6 আমাৰ সৈতে কেনেকৈ যোগাযোগ কৰা হয়?

আপুনি আপোনাৰ গোপনীয়তাৰ অধিকাৰসমূহৰ প্ৰয়োগ, গোপনীয়তা সুৰক্ষাৰ বিষয়ে অভিযোগ দাখিল বা আমাৰ ডাটা সুৰক্ষা অফিচাৰ (DPO)-ৰ সৈতে আলোচনা কৰাৰ প্ৰয়োজন হ'লে, অনুগ্ৰহ কৰি আমাৰ %55$s পৃষ্ঠা দৰ্শন কৰক।

আপুনি EU/EEA-ত থকা এজন সদস্য হ'লে, আপুনি consumer_privacy_eu@huawei.com-ত আমাৰ নিৰ্দিষ্ট কৰা প্ৰতিনিধি Huawei Technologies Düsseldorf GmbH-ৰ লগত যোগাযোগ কৰিব পাৰে। ঠিকনাটো হ'ল Hansaallee 205, 40549 Düsseldorf, Germany.

আমাৰ ঠিকনা: Huawei Device Co., Ltd., No. 2 Xincheng Road, Songshan Lake Zone, Dongguan, Guangdong Province, China. জিপ কোড: 523808. একীকৃত সামাজিক ক্ৰেডিট কোড: 914419000585344943.

Huawei-এ এই বিবৃতি বা প্ৰযোজ্য ডাটা সুৰক্ষা আইনসমূহৰ অনুসৰি আপোনাৰ ব্যক্তিগত তথ্য প্ৰক্ৰিয়া কৰা নাই বুলি আপুনি বিশ্বাস কৰিলে, আপুনি আপোনাৰ দেশ/অঞ্চলৰ স্থানীয় ডাটা সুৰক্ষা কৰ্তৃপক্ষ বা চীনৰ চাইবাৰস্পেচ প্ৰশাসনৰ সৈতে এটা অভিযোগ দাখিল কৰিব পাৰে।

7 আমি এই বিবৃতিখন কেনেকৈ আপডেট কৰো?

আপুনি এপ্প্‌ৰ ছেটিংচত এই চুক্তিখনৰ শেহতীয়া সংস্কৰণৰ বাবে নিয়মিতভাৱে পৰীক্ষা কৰিবলৈ আমি উৎসাহিত কৰো কিয়নো আমি এইটো সময়ে সময়ে আপডেট কৰিব পাৰো। এই চুক্তিখনৰ সামগ্ৰী পৰিৱৰ্তন কৰাৰ ক্ষেত্ৰত, আমি পৰিৱৰ্তনৰ প্ৰকৃতিৰ ওপৰত ভিত্তি কৰি অধিসূচনা সংলাপ, পুশ্ব মেচেজ, ইমেইলসমূহ আৰু ইত্যাদিৰে আপোনাক জনাম।

গুৰুত্বপূৰ্ণ: এই গোপনীয়তা বিষয়ক বিবৃতি হৈছে অনুকূলকৰ এটা গোপনীয়তা প্ৰতিশ্ৰুতি। অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি %54$s পঢ়ক।